ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে বিজেপিত যোগদান কৰিছে।
নতুন দিল্লী: ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে শনিবাৰে বিজেপিত যোগদান কৰে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশত অ’বিচি মৰ্চাৰ নতুন বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলক নিযুক্তি দিয়া হয়।
দলীয় দায়িত্ব লাভ কৰাৰ পিছত ক্ৰিকেটাৰ চাহালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি অমৰপাল…
বিজেপিৰ অ’বিচি মৰ্চাৰ এই নতুন সমিতিত অসমৰ যোগেন মোহনকো ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে।
newznow.in