দেশ

নয়ডাত বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ, দিল্লীৰ তুলনাত নয়দা আৰু গ্ৰেটাৰ নয়দাত বায়ু প্ৰদূষণৰ মাত্ৰা (AQI) অধিক বৃদ্ধি

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

নয়ডাত বায়ু প্ৰদূষণৰ মাত্ৰাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ।

২ / ৫

দিল্লীকো চেৰ পেলাই নয়দাত বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ, AQI ৪৩১ ।

৩ / ৫

এই সময়ছোৱাত দিল্লীৰ গড় একিউআই ২৩০ৰ পৰা ২৩৭ৰ ভিতৰত আছে যদিও ৰাজধানী চহৰখনৰ কিছুমান অঞ্চলত এই সূচাংকই ৩০০ অতিক্ৰম কৰিছে।

৪ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, ২১ নৱেম্বৰত নয়ডাৰ ছেক্টৰ-৬২ত একিউআই ৩৪৩ ৰেকৰ্ড কৰা হৈছিল।

৫ / ৫

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী-এনচিআৰ অঞ্চলত ‘গ্ৰেপ’ (জিআৰএপি)-ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিষেধাজ্ঞা বাহাল ৰখা হৈছে।

নয়ডাত বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ, দিল্লীৰ তুলনাত নয়দা আৰু গ্ৰেটাৰ নয়দাত বায়ু প্ৰদূষণৰ মাত্ৰা (AQI) অধিক বৃদ্ধি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক