অসম

গুৱাহাটীলৈ আহিব বুলেট ট্ৰেইন! চিকেন নেকত সমান্তৰাল ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

- গুৱাহাটীলৈ বুলেট ট্ৰেইন সম্প্ৰসাৰণৰ দাবী মুখ্যমন্ত্ৰীৰ।

২ / ৫

গুৱাহাটী: গুৱাহাটীলৈ বুলেট ট্ৰেইন সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰৰ পৰিকল্পনা অনুসৰি বুলেট ট্ৰেইন পশ্চিমবংগলৈকে অহাৰ কথা আছিল।

৪ / ৫

তেওঁৰ ভাষ্য অনুসৰি, শিলিগুৰি আৰু গুৱাহাটীৰ মাজত থকা প্ৰায় ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চিকেন নেক অঞ্চলত নতুন ৰে'লপথ নিৰ্মাণ কৰাটো কঠিন।

৫ / ৫

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ বিষয়টো ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ দৃষ্টিগোচৰ কৰিছিল।

গুৱাহাটীলৈ আহিব বুলেট ট্ৰেইন! চিকেন নেকত সমান্তৰাল ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক