অসম

সলনি হ’ল গুণোৎসৱ ২০২৭ৰ সময়সূচী: ১৯ জানুৱাৰীৰ পৰিৱৰ্তে ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মূল্যায়ন

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

অসম চৰকাৰে গুণোৎসৱ ২০২৭ৰ সময়সূচী সলনি কৰিছে।

২ / ৫

গুৱাহাটী: ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱ ২০২৭ৰ সময়সূচী সলনি কৰিছে ৰাজ্য চৰকাৰে।

৩ / ৫

সমগ্ৰ শিক্ষা, অসমে জাৰি কৰা সংশোধিত কাৰ্যসূচী অনুসৰি প্ৰথম পৰ্যায়ত ৰাজ্যৰ ২০খন জিলাত ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হ’ব।

৪ / ৫

প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাকেইখন হৈছে— বৰপেটা, বজালী, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ…

৫ / ৫

আনহাতে, দ্বিতীয় পৰ্যায়ত ১৫খন জিলাত ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব।

সলনি হ’ল গুণোৎসৱ ২০২৭ৰ সময়সূচী: ১৯ জানুৱাৰীৰ পৰিৱৰ্তে ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মূল্যায়ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক