অসমৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৪,০০০ কোটিৰো অধিক টকাৰ বিনিয়োগ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী: অসমত দক্ষতা বিকাশ আৰু কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৪,০০০ কোটি টকাৰো অধিক বিনিয়োগৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, টাটা টেকন’লজিছ আৰু ২০টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰাৰ (অ’ইএম)-ৰ সহযোগত ২,৩৯০ কোটি টকা ব্যয়ৰে ৭৭খন কাৰিকৰী…
ইয়াৰ উপৰি মঙলদৈত ১,০১৬ কোটি টকা ব্যয়ৰে অসম দক্ষতা বিশ্ববিদ্যালয় (আসাম স্কিল ইউনিভাৰ্চিটি) গঢ়ি তোলা হৈছে।
টাটা নেলক’ আৰু সমগ্ৰ শিক্ষা অভিযান, অসমৰ সহযোগত ৬০০ কোটি টকা ব্যয়ৰে এক ‘হাব এণ্ড স্পোক’ দক্ষতা বিকাশ নেটৱৰ্ক গঢ়ি তোলা হ'ব।
newznow.in