ত্ৰিপুৰাৰ ছেপাহিজলা জিলাৰ আশাবাৰীত BSFৰ গাড়ীত লাঠি-বাঁহেৰে আক্ৰমণৰ অভিযোগত আৰক্ষীয়ে ছয়জন গাঁওবাসীক গ্ৰেপ্তাৰ কৰিছে।
ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত BSF জোৱানক আক্ৰমণৰ ঘটনাত ৬জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
সোমবাৰে ছেপাহিজালা জিলাৰ আশাবাৰী সীমান্ত চকীৰ সমীপত এই ঘটনা সংঘটিত হয়।
আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, আক্ৰমণত কমেও তিনিজন BSF জোৱান আহত হয়।
ঘটনাৰ পিছতে আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰে।
newznow.in