দেশ

আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈ পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ অন্তত কটকটীয়া নিৰাপত্তাৰ মাজেৰে সাংসদ অমৃতপাল সিঙক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।

২ / ৫

ডিব্ৰুগড়, ২২ নৱেম্বৰ: আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ অন্তত পঞ্জাৱৰ খডুৰ চাহিব সমষ্টিৰ সাংসদ তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে।

৩ / ৫

২২ নৱেম্বৰৰ পুৱা প্ৰায় ৯ বজাত ইণ্ডিগ'ৰ এখন বিমানযোগে অমৃতপাল সিং ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয়।

৪ / ৫

অমৃতপাল সিঙৰ ৮৪ বছৰীয়া আইতাক চৰণ কৌৰৰ ৮ নৱেম্বৰত দেহাৱসান ঘটিছিল।

৫ / ৫

পেৰ'লৰ সময়ছোৱাত আৰক্ষীৰ জিম্মাত থাকি অমৃতপাল সিঙে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে আৰু প্ৰয়াত আইতাকক শেষ শ্ৰদ্ধাঞ্জলি জনায়।

আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈ পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক