অসম

কাঠ কঢ়িওৱা বাহনৰ চালকৰ পৰা ধন দাবীৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথ গ্ৰেপ্তাৰ

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

মৰিগাঁও: কাঠ কঢ়িওৱা এখন বাহনৰ চালকৰ পৰা ধন দাবী কৰাৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

২ / ৫

অভিযোগ অনুসৰি, ট্ৰাকখনৰ চালক অৰুণ দত্তই ৩০ হাজাৰ টকা নগদ ধন দিয়াৰ লগতে ২০ হাজাৰ টকা PhonePe-ৰ জৰিয়তে আদায় দিছিল।

৩ / ৫

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বজ্যোতি নাথে মিকিৰভেটা থানাৰ OC আৰু ICৰ বিৰুদ্ধেও কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

৪ / ৫

মিকিৰভেটা থানাত ৰুজু হোৱা ১৯৯/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত বিশ্বজ্যোতি নাথ আৰু আবিদ আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে।

৫ / ৫

বৰ্তমান দুয়োকে মৈৰাবাৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

কাঠ কঢ়িওৱা বাহনৰ চালকৰ পৰা ধন দাবীৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথ গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক