অসম

২২ বছৰ বয়সতে ইছৰ’ত বিজ্ঞানীৰ পদ লাভ লখিমপুৰৰ সত্যজিৎ কামানৰ

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লখিমপুৰৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামানে।

২ / ৫

লখিমপুৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ত বিজ্ঞানীৰ পদ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ জিলাৰ প্ৰতিভাৱান যুৱক সত্যজিৎ কামানে।

৩ / ৫

সত্যজিৎ কামান লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বালিচাপৰি গাঁৱৰ বাসিন্দা।

৪ / ৫

ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সমগ্ৰ অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছিল সত্যজিতে।

৫ / ৫

সত্যজিতৰ এই সাফল্যত ৰাজ্যৰ বিভিন্ন মহলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

২২ বছৰ বয়সতে ইছৰ’ত বিজ্ঞানীৰ পদ লাভ লখিমপুৰৰ সত্যজিৎ কামানৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক