ৰাজনীতি

বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি সাংসদ যোগেন মোহনক

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে অসমৰ যোগেন মোহনক দায়িত্ব প্ৰদান কৰা হৈছে।

২ / ৫

গুৱাহাটী: ভাৰতীয় জনতা পাৰ্টিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে সাংসদ যোগেন মোহনে।

৩ / ৫

যোগেন মোহনসহ মুঠ ৫ গৰাকী নেতাক বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে।

৪ / ৫

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগেন মোহনৰ লগতে নতুনকৈ দায়িত্ব লাভ কৰা সকলো নেতাক অভিনন্দন জনায়।

৫ / ৫

দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদাধিকাৰী আৰু কাৰ্যনিৰ্বাহক সদস্যৰ সালসলনিৰ অংশ হিচাপে তেওঁক এই গুৰুত্বপূৰ্ণ সাংগঠনিক দায়িত্ব প্ৰদান কৰা হৈছে।

বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি সাংসদ যোগেন মোহনক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক