প্ৰযুক্তি

৬০০ কোটি টকা ব্যয়েৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়াৰ পৰিকল্পনা অসম চৰকাৰৰ

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মহাকাশ প্ৰযুক্তি ব্যৱহাৰেৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়িবলৈ ৬০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে ৰাজ্য চৰকাৰে।

২ / ৫

গুৱাহাটী: মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰশাসনিক ব্যৱস্থা, দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৬০০ কোটি টকা ব্যয়েৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়ি…

৩ / ৫

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই প্ৰস্তাৱিত প্ৰকল্পৰ কথা সদৰী কৰে।

৪ / ৫

এই প্ৰকল্পৰ জৰিয়তে কেৱল ব্যয় হ্ৰাসেই নহয়, উপগ্ৰহৰ তথ্য আৰু সংশ্লিষ্ট সেৱা প্ৰদানৰ জৰিয়তে পাঁচ বছৰত প্ৰায় ৯০০ কোটি টকা ৰাজহ আহৰণৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।

৫ / ৫

প্ৰস্তাৱিত আছামছেট ব্যৱস্থাই ৰাজ্যৰ বানপানীৰ আগজাননী, বান পৰিস্থিতি নিৰীক্ষণ আৰু দুৰ্যোগৰ সময়ত দ্ৰুত ব্যৱস্থা গ্ৰহণত সহায় কৰিব।

৬০০ কোটি টকা ব্যয়েৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়াৰ পৰিকল্পনা অসম চৰকাৰৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক