অসম

জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে জুবিন গাৰ্গৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন ওভতাই অনাৰ পদক্ষেপ বন্ধুমহলৰ

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

সোণাপুৰৰ প্ৰস্তাৱিত জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে প্ৰয়াত জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় কৰাৰ পদক্ষেপ লৈছে শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্ধুমহলে।

২ / ৫

লাখ লাখ জুবিন অনুৰাগীৰ বাবে ভাল খবৰ।

৩ / ৫

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিবিজড়িত তেওঁৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় কৰি সোণাপুৰৰ প্ৰস্তাৱিত জুবিনক্ষেত্ৰত সংৰক্ষণৰ উদ্যোগ লৈছে শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্ধুমহলে।

৪ / ৫

শিল্পীগৰাকীৰ অন্তৰংগ বন্ধু সৌমিক দত্ত, মানস ভাগৱতী, পৱিত্ৰ ৰাভা আৰু বংকিম ৰয় মেধিয়ে বাহনখনৰ বৰ্তমানৰ ক্ৰেতাগৰাকীৰ সৈতে যোগাযোগ কৰিছে।

৫ / ৫

বাহনখন বিক্ৰী হোৱাৰ খবৰ ওলোৱাৰ পিছতে জুবিন অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে জুবিন গাৰ্গৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন ওভতাই অনাৰ পদক্ষেপ বন্ধুমহলৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক