দেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই দাম কমিল সোণৰ!

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই ইয়াৰ মূল্য কমিছে আৰু জনসাধাৰণৰ ধন ৰাহি হৈছে বুলি লক্ষ্ণৌত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

২ / ৫

তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই দেশত সোণৰ দাম কমিছে বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৩ / ৫

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা অনুসৰি, যোৱা মে' মাহত তেওঁ অতি প্ৰয়োজন নহ'লে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল।

৪ / ৫

এই সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ খাদ্য সংকটৰ সময়ৰ ঐতিহাসিক আহ্বানৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৫ / ৫

বজাৰৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৯ মে'ত দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য আছিল ১৫,২৫০ টকা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই দাম কমিল সোণৰ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক