২৬ নৱেম্বৰত দেশজুৰি ‘সংবিধান ৰক্ষা পদযাত্ৰা’ উলিয়াব কংগ্ৰেছে।
গুৱাহাটী, ২২ নৱেম্বৰ: লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভোট বচাওক, দেশ বচাওক’ অভিযানৰ অংশ হিচাপে অহা ২৬ নৱেম্বৰ অৰ্থাৎ সংবিধান দিৱসৰ দিনা সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছে…
সংবাদমেলত মনোজ চৌহানে কয় যে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ আৰু ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সহযোগী দলসমূহে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
চৌহানে লগতে অভিযোগ কৰে যে ২০২৩ চনত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশক লৈ এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল।
ভোট চুৰিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ২৬ নৱেম্বৰত দেশৰ প্ৰতিখন ৰাজ্যৰ সদৰ ঠাইত এই পদযাত্ৰা উলিওৱা হ'ব বুলি উল্লেখ কৰি চৌহানে সকলো গণতন্ত্ৰপ্ৰেমী লোকক এই কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান…
newznow.in