- শদিয়াত প্ৰচণ্ড ধুমুহাত এজনৰ মৃত্যু।
উজনি অসমৰ শদিয়াত সোমবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে।
মৃত লোকজনৰ নাম শংকৰ শ্বাহ।
গছডাল বাগৰি শদিয়াৰ পৰা চাপাখোৱালৈ সংযোগ কৰা ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
ধুমুহাৰ প্ৰচণ্ড বতাহত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বিদ্যুৎ যোগানো ব্যাহত হয়।
newznow.in