আন্তঃৰাষ্ট্ৰীয়

অৰুণাচলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা হ্ৰাসৰ লক্ষ্যৰে ভাৰত-চীনৰ মাজত ১০ দিনীয়া আলোচনা সম্পন্ন

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাত ৰোধ আৰু উত্তেজনা হ্ৰাসৰ উদ্দেশ্যে ভাৰত আৰু চীনৰ সেনাৰ মাজত দ্বিতীয় পৰ্যায়ৰ ক'ৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

২ / ৫

নতুন দিল্লী: অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) উত্তেজনা হ্ৰাস কৰা আৰু সীমান্তত মোতায়েন সৈন্যসকলৰ মাজত সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত আৰু চীনে দ্বিতীয় পৰ্যায়ৰ ক'ৰ্পছ…

৩ / ৫

ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে ভাৰতীয় সেনাৰ ৩ নং ক'ৰ্পছ চমুকৈ 'স্পিয়াৰ ক'ৰ্পছ'ৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গিৰীশ কালিয়াই।

৪ / ৫

এই আলোচনাৰ মূল লক্ষ্য আছিল দুয়োপক্ষৰ মাজত যোগাযোগৰ নীতি-নিয়ম প্ৰস্তুত কৰা, সীমান্তত নিয়োজিত সৈন্যসকলৰ মাজত মুখামুখি সংঘাত আৰু ভুল বুজাবুজি ৰোধ কৰা, মুক্ত যোগাযোগ ব্যৱস্থা বাহাল ৰখা আৰু…

৫ / ৫

ইয়াৰ পূৰ্বে যোৱা ৬ আৰু ৭ ছেপ্টেম্বৰত কিবিথু খণ্ডৰ ভাৰতৰ পূব সীমান্তৰ ৱাচা-ডামাই বৰ্ডাৰ পাৰ্চনেল মিটিং পইণ্টত প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল।

অৰুণাচলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা হ্ৰাসৰ লক্ষ্যৰে ভাৰত-চীনৰ মাজত ১০ দিনীয়া আলোচনা সম্পন্ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক