দেশ

ওমানৰ উপকূলত ভাৰতীয় জাহাজত আক্ৰমণ! এজন নাবিকৰ মৃত্যু, ১৩জনক উদ্ধাৰ

NewzNow · ৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

- ওমানৰ উপকূলত ভাৰতীয় জাহাজত অচিনাক্ত বস্তুৰ আঘাত।

২ / ৫

ওমানৰ উপকূলৰ সমীপত ভাৰতীয় পতাকাবাহী এখন জাহাজত অচিনাক্ত আকাশী বস্তুৰ আঘাতত এজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছে।

৩ / ৫

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এই কথা প্ৰকাশ কৰে।

৪ / ৫

জাহাজখনত মুঠ ১৪জন ভাৰতীয় নাবিক আছিল।

৫ / ৫

সোণোৱালে নিহত নাবিকজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ওমানৰ উপকূলত ভাৰতীয় জাহাজত আক্ৰমণ! এজন নাবিকৰ মৃত্যু, ১৩জনক উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক