অসম

টিয়কত বিতৰ্কিত ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ বাসগৃহত যোৰহাট অপৰাধ শাখাৰ অভিযান

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

টিয়কত ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ বাসগৃহত যোৰহাট আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাইছে।

২ / ৫

যোৰহাট জিলাৰ টিয়কত এগৰাকী বিতৰ্কিত ব্যৱসায়ীৰ বাসগৃহত আৰক্ষীয়ে এক বিশেষ অভিযান চলায়।

৩ / ৫

জানিব পৰা মতে, এটা ধন দাবীৰ গোচৰৰ সৈতে সংগতি ৰাখি আৰক্ষীয়ে এই অভিযান চলাইছে।

৪ / ৫

ইয়াৰ উপৰি বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ ছিণ্ডিকেটৰ দৰে কাৰ্যকলাপৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

৫ / ৫

যোৰহাট আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ ঘৰত উপস্থিত হৈ এই তালাচী অভিযান চলায়।

টিয়কত বিতৰ্কিত ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ বাসগৃহত যোৰহাট অপৰাধ শাখাৰ অভিযান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক