গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহৰ সৈতে নগদ ২৫ লাখ টকা উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে।
স্থানীয় ৰাইজে শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ষ্টেচন চৌহদত লোকজনক অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰে’ল আৰক্ষীক খবৰ দিয়ে।
মৃতদেহ উদ্ধাৰৰ সময়ত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত নগদ ২৫ লাখ টকা উদ্ধাৰ হয়।
ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত তাৰ কাষৰ পৰা নগদ ২৫ লাখ টকা জব্দ কৰে।
আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ৪১ বছৰীয়া লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
newznow.in