দেশ

বিছলেৰীৰ পানী খোৱাৰ অনুপযুক্ত! FSSAIৰ পৰীক্ষাত পোহৰলৈ আহিছে তথ্য

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

পানীৰ নমুনাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ধৰা পৰাৰ পিছত বিছলেৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি দিলে এফএছএছএআইয়ে।

২ / ৫

পেকেটজাত খোৱাপানীৰ নিৰ্ধাৰিত সুৰক্ষা মান উলংঘা কৰাৰ অভিযোগত বিছলেৰী ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে…

৩ / ৫

এফএছএছএআইৰ তথ্য অনুসৰি, বিছলেৰীৰ প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা পেকেটজাত খোৱাপানীৰ নমুনা এটাত নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰ'মেট পোৱা গৈছিল।

৪ / ৫

প্ৰতিষ্ঠানটোৱে এই ফলাফলৰ বিৰুদ্ধে আপীল কৰাৰ পাছত নমুনাটো পুনৰ পৰীক্ষাৰ বাবে ৰেফাৰেল ফুড লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল।

৫ / ৫

ৰেফাৰেল পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ ভিত্তিত খাদ্য সুৰক্ষা আৰু মানক আইন, ২০০৬ৰ অসুৰক্ষিত খাদ্য সম্পৰ্কীয় বিধান উলংঘা কৰাৰ বাবে বিছলেৰী ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ…

বিছলেৰীৰ পানী খোৱাৰ অনুপযুক্ত! FSSAIৰ পৰীক্ষাত পোহৰলৈ আহিছে তথ্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক