অসম

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান দিৱস, সংবিধান গ্ৰহণৰ ৮০ বছৰ উপলক্ষে সৰুসজাইত কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলন

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

সংবিধান গ্ৰহণৰ ৬০ বছৰ পূৰ্তি উপলক্ষে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনৰ লগতে বছৰজোৰা কাৰ্যসূচী আৰম্ভ হৈছে।

২ / ৫

আজি সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান দিৱস।

৩ / ৫

সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) সংবিধান গ্ৰহণৰ ৬০ বছৰ পূৰ্তি উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে।

৪ / ৫

১৯৬৭ চনৰ ৮ আগষ্টত অনুষ্ঠিত তেজপুৰ অধিৱেশনত আছুৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল।

৫ / ৫

সংবিধান গ্ৰহণৰ হীৰক জয়ন্তী উপলক্ষে বছৰজুৰি ব্যৱহাৰ কৰিবলগীয়া এক বিশেষ ল'গ' আজিৰ এই কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনত উন্মোচন কৰা হ'ব।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান দিৱস, সংবিধান গ্ৰহণৰ ৮০ বছৰ উপলক্ষে সৰুসজাইত কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক