২৩ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা প্ৰদান কৰিব ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই।
গুৱাহাটী, ২২ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ত অহা ২৩ নৱেম্বৰৰ সোমবাৰে দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা ২০২৬ অনুষ্ঠিত হ'ব।
বক্তৃতাৰ মূল বিষয়বস্তু হৈছে ‘ভাৰতৰ ঐতিহাসিক মানৱতাবাদৰ পৰা বিশ্বজনীন মানৱতাবাদলৈ এক সেতু হিচাপে ভূপেন হাজৰিকা’ (Bhupen Hazarika as a Bridge Between the Historical Humanism of India to a…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই অনুষ্ঠানটো উদ্বোধন কৰিব।
ড° অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষা শিক্ষণ বিভাগ, যোগাযোগ আৰু সাংবাদিকতা বিভাগ তথা ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা…
newznow.in