১৩ দফীয়া দাবী পূৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম কলেজ শিক্ষক সংস্থাই।
গুৱাহাটী, ২৩ নৱেম্বৰ: অসম কলেজ শিক্ষক সংস্থা (এক্টা)-ৰ আহ্বানত ১৩ দফীয়া দাবী পূৰণৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়ৰ শিক্ষকসকলে।
এক্টাৰ সভাপতি ড০ বিপুল চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ড০ পৰাগ জ্যোতি মহন্তই এক প্ৰেছ বিবৃতিযোগে জনায় যে শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সেৱা আৰু আৰ্থিক দাবীসমূহৰ প্ৰতি চৰকাৰৰ নিৰৱচ্ছিন্ন…
পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহত শিক্ষকসকলে নিজ নিজ মহাবিদ্যালয় চৌহদত অৱস্থান ধৰ্মঘট পালন কৰে।
সংস্থাটোৱে উত্থাপন কৰা ১৩ দফীয়া দাবীৰ ভিতৰত উল্লেখযোগ্য হৈছে— বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-ৰ নীতি-নিৰ্দেশনা অনুসৰি সময়মতে পদোন্নতি আৰু বকেয়া ধন মোকলাই দিয়া, এমফিল আৰু পিএইচডি…
newznow.in