অপাৰেচন সিন্দূৰৰ পিছত ভাৰতে প্ৰথমবাৰ পাকিস্তানৰ এজন জ্যেষ্ঠ মন্ত্ৰীক দিল্লীৰ বৈঠকলৈ আমন্ত্ৰণ জনাইছে ।
নতুন দিল্লী, ২৮ অক্টোবৰ: ভাৰত-পাকিস্তানৰ মাজত কূটনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সভ্যতা-সংস্কৃতি বিষয়ক আলোচনাচক্ৰলৈ পাকিস্তানৰ…
নতুন দিল্লীত ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাচক্ৰৰ উদ্দেশ্য হৈছে এছিয়া আৰু ইউৰেছিয়াৰ দেশসমূহৰ মাজত সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰা আৰু প্ৰাচীন সভ্যতাসমূহৰ ঐতিহ্য, কলা…
ৰাছিয়া, চীন, ভাৰত, পাকিস্তান, ইৰাণ, বেলাৰুছ, কাজাখস্তান, কিৰ্গিজস্তান, তাজিকিস্তান আৰু উজবেকিস্তান SCOৰ সদস্য ৰাষ্ট্ৰ।
উল্লেখ্য যে, ২০১৬ চনৰ পাঠানকোট আৰু উৰি আক্ৰমণৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতি ঘটিছিল।
newznow.in