অসম

জুবিন গাৰ্গৰ Range rover বিক্ৰীৰ সিদ্ধান্তত চৰকাৰৰ ক’বলগীয়া নাই: মুখ্যমন্ত্ৰী

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিয়ালে লোৱা ব্যক্তিগত সিদ্ধান্তত চৰকাৰে কোনো হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

'জুবিন গাৰ্গৰ পৰিয়ালে সিদ্ধান্তত চৰকাৰৰ ক'বলগীয়া নাই' 'জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পৰিয়ালক মাহেকীয়া সহায়ৰ প্ৰস্তাৱ দিছিল চৰকাৰে '-মুখ্যমন্ত্রী

৩ / ৫

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে স্পষ্ট কৰি দিছে যে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পৰিয়ালে লোৱা কোনো ব্যক্তিগত সিদ্ধান্তত ৰাজ্য চৰকাৰে হস্তক্ষেপ নকৰে।

৪ / ৫

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে জুবিন গাৰ্গৰ পৰিয়ালে তেওঁৰ সম্পৰ্কত যি সিদ্ধান্ত লয়, তাত চৰকাৰৰ কোনো মন্তব্য নাই।

৫ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক মাহেকীয়া আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছিল।

জুবিন গাৰ্গৰ Range rover বিক্ৰীৰ সিদ্ধান্তত চৰকাৰৰ ক’বলগীয়া নাই: মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক