দেশ

চৰকাৰী ভূমিত স্থায়ী মছজিদ ‘ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী’, শতিকা পুৰণি মছজিদ আঁতৰোৱাৰ পৰিকল্পনা কেন্দ্ৰৰ

NewzNow · ৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ বাবে কৃষি ভৱন চৌহদত থকা শতিকা পুৰণি কদিমি মছজিদ আঁতৰোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

২ / ৫

তুন দিল্লী, ৩ নৱেম্বৰ: দিল্লীৰ কৃষি ভৱন চৌহদত থকা শতিকা পুৰণি কদিমি মছজিদ আঁতৰোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৩ / ৫

কেন্দ্ৰীয় চৰকাৰে আদালতত যুক্তি দিছে যে কৃষি ভৱন আৰু কেন্দ্ৰীয় সচিবালয় চৰকাৰী প্ৰশাসনিক কাম-কাজৰ বাবে নিৰ্ধাৰিত ধৰ্মনিৰপেক্ষ স্থান।

৪ / ৫

সোমবাৰে শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে—চৰকাৰী চৌহদত ধৰ্মীয় উপাসনাস্থলী ৰখাত বাধা দিয়া কোনো নিৰ্দিষ্ট নিয়ম আছে নেকি?

৫ / ৫

আদালতে কয়, চৰকাৰী চৌহদত কোনো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে প্ৰাৰ্থনাৰ স্থান ৰখাত নিষেধাজ্ঞা থকা বুলি চৰকাৰে দাবী কৰিলে, তাৰ সমৰ্থনত নিৰ্দিষ্ট নিয়ম থাকিব লাগিব।

চৰকাৰী ভূমিত স্থায়ী মছজিদ ‘ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী’, শতিকা পুৰণি মছজিদ আঁতৰোৱাৰ পৰিকল্পনা কেন্দ্ৰৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক