দেশ

নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

নতুন দিল্লীৰ দ্বাৰকাত প্ৰায় ২২ কোটি টকা ব্যয়েৰে নিৰ্মিত অত্যাধুনিক অসম হাউছ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

৩ / ৫

ৰাজধানী দিল্লীলৈ যোৱা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ-১৩ত নৱনিৰ্মিত অসম হাউছৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

৪ / ৫

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, প্ৰায় ২২ কোটি টকা ব্যয়েৰে এই অত্যাধুনিক অসম হাউছ নিৰ্মাণ কৰা হৈছে।

৫ / ৫

দ্বাৰকাৰ ছেক্টৰ-১৩ৰ প্লট নম্বৰ ১০ত অৱস্থিত এই ভৱনটোৰ জৰিয়তে বিশেষকৈ শিক্ষাৰ্থী আৰু চিকিৎসাৰ বাবে দিল্লীত থাকিবলগীয়া ৰোগীসকলে বিশেষ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক