দেশ

প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বাবে ভাৰততেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সৰ্বনিম্ন! দাবী কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

বিশ্ব বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি সত্ত্বেও চৰকাৰৰ সঠিক নীতিৰ বাবেই ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম নিয়ন্ত্ৰণত আছে বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীৰ।

২ / ৫

নতুন দিল্লী, ২৩ নৱেম্বৰ: বিগত চাৰি বছৰত সমগ্ৰ বিশ্বতে ইন্ধনৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ সময়তো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ ৭ শতাংশহে বাঢ়িছে বুলি দাবী কৰিছে কেন্দ্ৰীয়…

৩ / ৫

দেওবাৰে ইন্দোৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্য বৃদ্ধি পোৱা সত্ত্বেও ভাৰত চৰকাৰৰ সঠিক নীতিৰ বাবেই পেট্ৰ’ল-ডিজেলৰ মূল্য…

৪ / ৫

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰি পুৰীয়ে কয় যে ২০২১ চনৰ নৱেম্বৰ, ২০২২ চনৰ মে’ আৰু ২০২৬ চনৰ ১০ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে তিনিবাৰকৈ পেট্ৰ’ল-ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে।

৫ / ৫

ইয়াৰ উপৰি দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহ ক্ৰমে বিপিচিএল, আইঅ'চিএল আৰু এইচপিচিএলে গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা কমোৱাৰ বাবে মূল্যবৃদ্ধিৰ কিছু অংশ নিজেই বহন কৰিছে বুলি…

প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বাবে ভাৰততেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সৰ্বনিম্ন! দাবী কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক