অসম

মাতৃৰ অবৈধ প্ৰেমিক ৰাহুল ৰায়ৰ একাধিকবাৰ যৌন নিৰ্যাতন ৯ বছৰীয়া শিশুক ! অবৈধ প্ৰেমীকৰ বিৰুদ্ধে মাতৃৰ গোচৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মাতৃৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ সুযোগ লৈ ৯ বছৰীয়া শিশুক একাধিকবাৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাহুল ৰায় ওৰফে ৰাজু ৰায় নামৰ ব্যক্তিজনৰ বিৰুদ্ধে।

২ / ৫

শিলচৰ, ২৩ নৱেম্বৰ: শিলচৰ চহৰত এগৰাকী ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৩৭ বছৰীয়া ৰাহুল ৰায় ওৰফে ৰাজু ৰায় নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে।

৩ / ৫

ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে ৰাঙিৰখাৰী আৰক্ষী থানাত ইতিমধ্যে এখন লিখিত এজাহাৰ দাখিল কৰিছে।

৪ / ৫

মাতৃগৰাকীৰ ভাষ্য অনুসৰি, অভিযুক্তজনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল।

৫ / ৫

শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত মাতৃয়ে সোধা-পোছা কৰাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

মাতৃৰ অবৈধ প্ৰেমিক ৰাহুল ৰায়ৰ একাধিকবাৰ যৌন নিৰ্যাতন ৯ বছৰীয়া শিশুক ! অবৈধ প্ৰেমীকৰ বিৰুদ্ধে মাতৃৰ গোচৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক