ককৰোচ জনতা পাৰ্টীৰ নেতা অভিজিৎ দীপকে নেহৰুৱে আধুনিক ভাৰতৰ প্ৰযুক্তিগত ভেটি গঢ়িছিল বুলি মন্তব্য কৰিছে।
আধুনিক ভাৰত আৰু প্ৰযুক্তিগতভাৱে আগবঢ়া ভাৰতৰ ভেটি নেহৰুৱে গঢ়িছিল বুলি তেওঁ ক'লে।
তেওঁৰ মতে, সেই সময়ত আন কোনোৱে ইমান দূৰলৈ চিন্তা নকৰোঁতেই নেহৰুৱে এই দিশত আগবাঢ়িছিল।
নেহৰুৱে দেখুওৱা পথৰ পৰা যাতে দেশ আঁতৰি নাযায়, সেয়া নিশ্চিত কৰিব লাগিব বুলি অভিজিৎ দীপকে ক'লে।
newznow.in