অসম

ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যজুৰি অসম কলেজ শিক্ষক সংস্থাৰ অসহযোগ আন্দোলন

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰা আৰু দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি দ্বিতীয় পৰ্যায়ৰ অসহযোগ আন্দোলন আৰম্ভ কৰিছে অসম কলেজ শিক্ষক সংস্থাই।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰা আৰু দীৰ্ঘদিনীয়া বিভিন্ন দাবী পূৰণৰ দাবীত সোমবাৰৰ পৰা ৰাজ্যজুৰি দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিছে…

৩ / ৫

আন্দোলনৰ অংশস্বৰূপে গুৱাহাটীৰ চচলত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

৪ / ৫

আক্টাই অভিযোগ কৰা অনুসৰি, অসম চৰকাৰে কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

৫ / ৫

এই আন্দোলনৰ অংশ হিচাপে শিক্ষক সংগঠনটোৱে সমগ্ৰ ৰাজ্যতে অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যজুৰি অসম কলেজ শিক্ষক সংস্থাৰ অসহযোগ আন্দোলন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক