অসম

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় চিনাক্ত

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত নগদ ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বজিৎ দেৱনাথ নামৰ লোকজনৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

২ / ৫

গুৱাহাটী: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত প্ৰায় ২৫ লাখ নগদ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় আৰক্ষীয়ে চিনাক্ত কৰিছে।

৩ / ৫

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত স্থানীয় ৰাইজে ৰে’লপথত মৃতদেহটো প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক খবৰ দিয়ে।

৪ / ৫

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, বিশ্বজিৎ দেৱনাথে গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ যাত্ৰা কৰাৰ কথা আছিল।

৫ / ৫

ইপিনে গুৱাহাটী ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজত বিশ্বজিৎ দেৱনাথক কোনো ৰে’লত উঠা বা নমা দেখা পোৱা নাই তদন্তকাৰী আৰক্ষীয়ে।

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় চিনাক্ত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক