অসম

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত নগদ প্ৰায় ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বজিৎ দেৱনাথ নামৰ লোকজনৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত নগদ প্ৰায় ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় অৱশেষত আৰক্ষীয়ে চিনাক্ত কৰিছে।

৩ / ৫

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত স্থানীয় ৰাইজে ৰে’লপথত মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে ৰে’ল আৰক্ষীক খবৰ দিয়ে।

৪ / ৫

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, বিশ্বজিৎ দেৱনাথে গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ যাত্ৰা কৰাৰ কথা আছিল।

৫ / ৫

তদন্তকাৰী আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছিল যদিও তাত বিশ্বজিৎ দেৱনাথ কোনো ৰে’লত উঠা বা নমাৰ দৃশ্য ধৰা পৰা নাই।

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক