অসম

ৰাজ্যত ৩০ নৱেম্বৰত চৰকাৰী বন্ধ ঘোষণা ১১ খনকৈ জিলাত

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

সোণোৱাল কছাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অহা ৩০ নৱেম্বৰত ৰাজ্যৰ ১১খন জিলাৰ নিৰ্বাচনী এলেকাসমূহত চৰকাৰী বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

২ / ৫

বন্ধ থাকিব সকলো চৰকাৰী/বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান আৰু বেংক, চাহ বাগিচা আদিৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ!

৩ / ৫

বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত নিৰ্বাচনী এলেকাসমূহতহে ১১ খন জিলাৰ অধিসূচিত অঞ্চলসমূহতহে প্ৰযোজ্য…

৪ / ৫

এই নিৰ্দেশনা অনুসৰি সংশ্লিষ্ট অঞ্চলসমূহৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

৫ / ৫

উল্লেখ্য যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টি মিলি মুঠ ৭২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব।

ৰাজ্যত ৩০ নৱেম্বৰত চৰকাৰী বন্ধ ঘোষণা ১১ খনকৈ জিলাত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক