অসম

ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু, বন বিভাগৰ বিৰুদ্ধে সৰৱ গোৰ্খা ছাত্ৰ সন্থা

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত এজন কৃষকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

২ / ৫

নিশা নিজৰ ধাননি পথাৰখন বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে পথাৰৰ মাজত থকা টঙী ঘৰত পহৰা দি আছিল কৃষক গংগা চবৰে।

৩ / ৫

এই ঘটনাক কেন্দ্ৰ কৰি আজি সৰৱ হৈ পৰিছে গোৰ্খা ছাত্ৰ সন্থা।

৪ / ৫

আনহাতে, বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ প্ৰৱেশ প্ৰতিৰোধৰ বাবে বন বিভাগে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি স্থাপন কৰা বৈদ্যুতিক বেৰ (ফেন্সিং) নিৰ্মাণৰ কামতো দুৰ্নীতি আৰু অনিয়ম সংঘটিত…

৫ / ৫

সংগঠনটোৱে শীঘ্ৰে নিহত কৃষকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অঞ্চলটোত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে।

ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু, বন বিভাগৰ বিৰুদ্ধে সৰৱ গোৰ্খা ছাত্ৰ সন্থা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক