অসম

ডিগবৈৰ ২নং বৰবিলত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰী কৃষ্ণৰ মহাৰাসলীলা মহোৎসৱৰ আয়োজন

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ, ২৩ নৱেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ অন্যতম হৈছে শৰৎকালীন ৰাস মহোৎসৱ।

২ / ৫

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ জৰিয়তে ভাষা, সাহিত্য আৰু সংস্কৃতিৰ এক শক্তিশালী ভেটি নিৰ্মাণ কৰি থৈ গৈছে।

৩ / ৫

অহা ১ আৰু ২ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ২নং বৰবিল সাৰ্বজনীন নামঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই ৰাসলীলা মহোৎসৱ।

৪ / ৫

স্থানীয় সাংস্কৃতিকপ্ৰেমী আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত এই ৰাসোৎসৱে অঞ্চলটোত এক বিশেষ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে।

৫ / ৫

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, ১ ডিচেম্বৰৰ সন্ধিয়া অজিত সোণোৱালে বন্তি প্ৰজ্বলনেৰে ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব।

ডিগবৈৰ ২নং বৰবিলত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰী কৃষ্ণৰ মহাৰাসলীলা মহোৎসৱৰ আয়োজন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক