হোৱাটছএপ ৱেব ব্যৱহাৰৰ পিছত লগ-আউট নকৰিলে চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱাৰ আশংকা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰিছে আইফ'ৰচিয়ে।
নতুন দিল্লী, ২৩ নৱেম্বৰ: কম্পিউটাৰত হোৱাটছএপ ৱেব ব্যৱহাৰ কৰা লোকসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক'অৰ্ডিনেচন চেণ্টাৰ চমুকৈ আইফ'ৰচিৰ অধীনস্থ নেচনেল…
সংস্থাটোৰ মতে, এনেদৰে সক্ৰিয় হৈ থকা ছেছনৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰকাৰীৰ একাউণ্ট নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে।
আইফ'ৰচিয়ে স্পষ্ট কৰি দিছে যে হোৱাটছএপ ৱেব ব্যৱহাৰ শেষ হোৱাৰ পিছত প্ৰতিবাৰেই ব্যৱহাৰকাৰীয়ে নিজে লগ-আউট কৰাটো প্ৰয়োজন।
চৰকাৰী, সাংগঠনিক, বিত্তীয় অথবা আন কোনো গোপনীয় তথ্য হোৱাটছএপ ৱেবৰ জৰিয়তে আদান-প্ৰদান নকৰিবলৈও সংস্থাটোৱে পৰামৰ্শ দিছে।
newznow.in