আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ যুঁজিছে অসমৰ যুৱক! সোণাইৰ মুন্নাৰ সন্ধানহীনতাক লৈ চাঞ্চল্য, কামৰ প্ৰলোভন দি ৰাছিয়ালৈ নিয়াৰ অভিযোগ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

আজাৰবাইজানত কামৰ প্ৰলোভন পাই ৰাছিয়ালৈ যোৱা কাছাৰৰ আব্দুল মুক্তাদিৰ লস্কৰ নামৰ যুৱকজন সন্ধানহীন হৈ থকাত পৰিয়ালে চৰকাৰৰ সহায় বিচাৰিছে।

২ / ৫

শিলচৰ, ২৩ নৱেম্বৰ: কৰ্মসংস্থাপনৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱকক ৰাছিয়ালৈ নি সেনা বাহিনীত যোগদান কৰোৱাৰ এক গুৰুতৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ / ৫

পৰিয়ালৰ অভিযোগ অনুসৰি, আজাৰবাইজানত কাম কৰাৰ সুযোগ পোৱা বুলি ঘৰৰ পৰা ওলাই যোৱা মুক্তাদিৰক পৰৱৰ্তী সময়ত ৰাছিয়াৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হয় আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৰণাংগনলৈ প্ৰেৰণ…

৪ / ৫

পৰিয়ালৰ হাতত পৰা বিমানৰ টিকটত দেখা গৈছে যে যোৱা ১৪ জুলাইত মুম্বাইৰ পৰা বাকু হৈ মস্কোলৈ মুক্তাদিৰৰ নামত যাত্ৰাৰ ব্যৱস্থা কৰা হৈছিল।

৫ / ৫

পৰিয়ালৰ লোকে জনোৱা মতে, ৰাছিয়াত উপস্থিত হোৱাৰ পাছত মুক্তাদিৰে ৰাছিয়াৰ সেনাত যোগদান কৰিছিল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ যুঁজিছে অসমৰ যুৱক! সোণাইৰ মুন্নাৰ সন্ধানহীনতাক লৈ চাঞ্চল্য, কামৰ প্ৰলোভন দি ৰাছিয়াল...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক