ক্ৰীড়া

১৪ বছৰীয়া কেৰিয়াৰৰ সামৰণি; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ

NewzNow · ৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি ঘটাই অৱসৰ ঘোষণা কৰিছে।

২ / ৫

৩ নৱেম্বৰ: অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে।

৩ / ৫

অষ্ট্ৰেলিয়াৰ হৈ তিনিওটা ফৰ্মেটতে খেলিছিল মেক্সৱেলে।

৪ / ৫

২০১২ চনৰ ২৫ আগষ্টত শ্বাৰজাহত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল মেক্সৱেলৰ।

৫ / ৫

মেক্সৱেলৰ কেৰিয়াৰৰ অন্যতম স্মৰণীয় অধ্যায় ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ।

১৪ বছৰীয়া কেৰিয়াৰৰ সামৰণি; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক