দেশ

মাদ্ৰাছাত হিন্দুসকলৰ প্ৰতি ঘৃণাৰ শিক্ষা দিয়া হয়: নীতেশ ৰাণে

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

মুম্বাইত এহাল যুৱক-যুৱতীক আক্ৰমণৰ ঘটনাৰ পাছতে মাদ্ৰাছাৰ শিক্ষাক লৈ গুৰুতৰ অভিযোগ তুলিলে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ ৰাণেই।

২ / ৫

মুম্বাই, ২৩ নৱেম্বৰ: মুম্বাইৰ ঘাটকোপাৰত এহাল যুৱক-যুৱতীক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।

৩ / ৫

মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, মাদ্ৰাছাত শিশুসকলক চিকিৎসক বা অভিযন্তা হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে তেওঁলোকৰ মনত হিন্দুসকলৰ প্ৰতি ঘৃণা ভৰাই দিয়া হয়।

৪ / ৫

ঘটনাৰ বিৱৰণি অনুসৰি, মুম্বাইৰ কুৰ্লা পশ্চিমৰ এখন উদ্যানত এগৰাকী যুৱক আৰু যুৱতীয়ে ফটো তুলি থকাৰ সময়তে ৮ৰ পৰা ১০ জনীয়া এটা যুৱকৰ দল তাত উপস্থিত হৈ আপত্তিজনক মন্তব্য কৰে।

৫ / ৫

নিজৰ বক্তব্যত নীতেশ ৰাণেই ‘গজৱা-এ-হিন্দ’, ‘লাভ জেহাদ’ আৰু ‘লেণ্ড জেহাদ’ৰ প্ৰসংগও উত্থাপন কৰে।

মাদ্ৰাছাত হিন্দুসকলৰ প্ৰতি ঘৃণাৰ শিক্ষা দিয়া হয়: নীতেশ ৰাণে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক