অসম

ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ড বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডক বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সমজিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

২ / ৫

ৰঙিয়া, ২৩ নৱেম্বৰ: ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন চমুকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজ।

৩ / ৫

ইছগেট চ’কৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটো ৰঙিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায়।

৪ / ৫

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, চিৰাখুন্দী ৰাজহ গাঁৱৰ ১০ নম্বৰ ৱাৰ্ড আৰু ৫ নম্বৰ ৱাৰ্ডৰ একাংশক ৰঙিয়া ৰাজহ চক্ৰৰ পৰা আঁতৰাই গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ লোৱা হৈছে।

৫ / ৫

প্ৰতিবাদকাৰীসকলে এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে।

ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ড বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক