অসম

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু…

৩ / ৫

অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাক্তন সাংসদ বলীন কুলী, বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়া আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ টংক বাহাদুৰ ৰায়ে বন্তি প্ৰজ্বলন কৰে।

৪ / ৫

সভাত প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে ১৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু দীৰ্ঘদিন সাংসদ হৈ…

৫ / ৫

দেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে ভাৰততো পৰিৱৰ্তনৰ বতাহ বলিছে আৰু দেশৰ নতুন প্ৰজন্মই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে।

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক