দেশ

ইংৰাজী নাম সলনি কৰি ‘পশ্চিমবংগ’ কৰাৰ প্ৰস্তাৱ: ৯ ডিচেম্বৰত বিধানসভাত উত্থাপনৰ সম্ভাৱনা

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

পশ্চিমবংগৰ ইংৰাজী নাম সলনিৰ প্ৰস্তাৱ অহা ৯ ডিচেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।

২ / ৫

কলকাতা, ২৩ নৱেম্বৰ: পশ্চিমবংগৰ ইংৰাজী নাম ‘ৱেষ্ট বেংগল’ৰ পৰিৱৰ্তে ‘পশ্চিমবংগ’ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

৩ / ৫

সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

৪ / ৫

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে স্পষ্ট কৰে যে বিধানসভাত এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব।

৫ / ৫

পশ্চিমবংগ বিধানসভাৰ শীতকালীন অধিৱেশন অহা ৪ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

ইংৰাজী নাম সলনি কৰি ‘পশ্চিমবংগ’ কৰাৰ প্ৰস্তাৱ: ৯ ডিচেম্বৰত বিধানসভাত উত্থাপনৰ সম্ভাৱনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক