দেশ

‘বিজেপি বিদায় ল’লে বেনাৰসত হাঁহি বিৰিঙিব’—অখিলেশ যাদৱৰ মন্তব্য

NewzNow · ৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

বিজেপিৰ বিদায় ঘটিলে বেনাৰসত হাঁহি বিৰিঙিব বুলি মন্তব্য সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ।

২ / ৫

বেনাৰস, ৩ নৱেম্বৰ: বিজেপিৰ বিদায়ক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ।

৩ / ৫

বিজেপিৰ শাসনৰ অৱসান ঘটিলে বেনাৰসৰ জনসাধাৰণৰ মাজত পুনৰ আনন্দৰ পৰিৱেশ ঘূৰি আহিব বুলি মন্তব্য কৰে অখিলেশ যাদৱে।

৪ / ৫

শেহতীয়াকৈ বেনাৰসৰ বিধান পৰিষদৰ নিৰ্বাচনত সমাজবাদী পাৰ্টীয়ে দুয়োখন আসন লাভ কৰাৰ পাছতে বিজেপিক লক্ষ্য কৰি সমালোচনা কৰিছিল অখিলেশে।

৫ / ৫

বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰৰ শ্ল’গানক কটাক্ষ কৰি তেওঁ কৈছিল যে কাশীৰ জনসাধাৰণে বিজেপিক ‘ডাবল জিৰ’ উপহাৰ দিছে।

‘বিজেপি বিদায় ল’লে বেনাৰসত হাঁহি বিৰিঙিব’—অখিলেশ যাদৱৰ মন্তব্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক