অসম

নিলম্বিত এচিএছ বিষয়া নুপুৰ বৰাৰ ৭০ লাখ টকাৰ সম্পত্তি জব্দ ইডিৰ

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

আয় বহিৰ্ভূত সম্পত্তি আহৰণ আৰু ধন সৰবৰাহৰ গোচৰত নিলম্বিত এচিএছ বিষয়া নুপুৰ বৰাৰ ৭০.০৯ লাখ টকাৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰিছে ইডিয়ে।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ আৰু ধন সৰবৰাহৰ গোচৰত নিলম্বিত অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ…

৩ / ৫

ইডিৰ গুৱাহাটী মণ্ডল কাৰ্যালয়-১-এ এই ব্যৱস্থা গ্ৰহণ কৰে।

৪ / ৫

তদাৰকী আৰক্ষীয়ে ২০২৫ চনৰ ১২ নৱেম্বৰত নুপুৰ বৰাৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰে।

৫ / ৫

ইডিয়ে জনোৱা অনুসৰি, চক্ৰ বিষয়া হৈ থকাৰ সময়ত নুপুৰ বৰাই সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ হিচাপবিহীন নগদ ধন নিজৰ লগতে পিতৃ আৰু স্বামীৰ বেংক একাউণ্টত জমা কৰিছিল।

নিলম্বিত এচিএছ বিষয়া নুপুৰ বৰাৰ ৭০ লাখ টকাৰ সম্পত্তি জব্দ ইডিৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক