অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত তেজ হাজৰিকাৰ দশম ড° অনামিকা ৰায় সোঁৱৰণী স্মাৰক বক্তৃতা প্ৰদান

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতাত অংশ লৈ তেজ হাজৰিকাই ড° ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি প্ৰেক্ষাগৃহত দশম ড° অনামিকা ৰায় সোঁৱৰণী বক্তৃতা সফলতাৰে অনুষ্ঠিত হয়।

৩ / ৫

বক্তৃতা প্ৰদানৰ সময়ত তেজ হাজৰিকাই তেওঁৰ পিতৃৰ কালজয়ী গীত "মদাৰৰে ফুল" আৰু "মানুহে মানুহৰ বাবে" আদি পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

৪ / ৫

বক্তৃতাত তেওঁ ড° ভূপেন হাজৰিকাৰ মানৱতাবাদী দৃষ্টিভংগী, সাংস্কৃতিক বহুত্ববাদ আৰু বিশ্বভ্ৰাতৃত্ববোধৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়।

৫ / ৫

অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই।

গুৱাহাটী বিশ্ববিদ্যালয়ত তেজ হাজৰিকাৰ দশম ড° অনামিকা ৰায় সোঁৱৰণী স্মাৰক বক্তৃতা প্ৰদান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক