দেশ

সামাজিক মাধ্যমত চৰকাৰী তথ্য আদান-প্ৰদান নকৰিবলৈ সুৰক্ষা বাহিনীসমূহলৈ কঠোৰ নিৰ্দেশনা

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

হোৱাটছএপ বা আন কোনো সামাজিক মাধ্যমত গোপনীয় চৰকাৰী তথ্য আদান-প্ৰদান নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে নিৰাপত্তা বাহিনীসমূহক।

২ / ৫

সামাজিক মাধ্যমত কোনো ধৰণৰ চৰকাৰী, গোপনীয় অথবা শ্ৰেণীবদ্ধ তথ্য আদান-প্ৰদান নকৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহৰ লগতে দেশৰ সুৰক্ষা বাহিনীসমূহক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

৩ / ৫

ইয়াৰ পূৰ্বেও সীমান্তৱৰ্তী ৰাজ্যসমূহত অবৈধভাৱে চিম কাৰ্ড সংগ্ৰহ আৰু সৰবৰাহ কৰা কেইবাটাও চক্ৰৰ সন্ধান লাভ কৰিছিল দেশৰ নিৰাপত্তা সংস্থাসমূহে।

৪ / ৫

নিৰাপত্তা সংস্থাসমূহে ইতিমধ্যে সন্দেহজনক ম'বাইল নম্বৰ, হোৱাটছএপ প্ৰ'ফাইল আৰু বিভিন্ন গোটৰ সদস্যসকলৰ তথ্য পৰীক্ষা কৰি আছে।

৫ / ৫

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি) আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)-ক এই সন্দৰ্ভত বিশেষভাৱে সতৰ্ক কৰি দিয়া…

সামাজিক মাধ্যমত চৰকাৰী তথ্য আদান-প্ৰদান নকৰিবলৈ সুৰক্ষা বাহিনীসমূহলৈ কঠোৰ নিৰ্দেশনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক