দেশ

'আৰ্ণৱ'ৰ তাণ্ডৱ, ৩জনৰ মৃত্যু

NewzNow · ২৮ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২৮ অক্টোবৰ পুৱতি নিশা অন্ধ্ৰ প্ৰদেশ উপকূলত স্থলভাগত প্ৰৱেশ ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ ।

২ / ৫

নতুন দিল্লী, ২৮ অক্টোবৰঃ বংগোপসাগৰত সৃষ্টি হোৱা ‘আৰ্ণৱ’ ঘূৰ্ণীবতাহে বুধবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰে।

৩ / ৫

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ঘূৰ্ণীবতাহৰ সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১২৫ৰ পৰা ১৩৫ কিলোমিটাৰ পৰ্যন্ত হৈছিল।

৪ / ৫

ধাৰাসাৰ বৰষুণৰ ফলত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সৰ্বাধিক ৩১৫ মিলিমিটাৰ বৰষুণ হয়।

৫ / ৫

সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ পৰা ১.৮ লাখতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

'আৰ্ণৱ'ৰ তাণ্ডৱ, ৩জনৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক