অসম

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী পুনৰ উত্থাপন বি জে এছ এমৰ, ২৫ নৱেম্বৰত দেৱৰগাঁৱত গুৰুত্বপূৰ্ণ বৈঠক

NewzNow · ২৩ নৱেম্বৰ ২০২৬

১ / ৫

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত পুনৰ সক্ৰিয় হৈ পৰিছে বি জে এছ এম।

২ / ৫

গুৱাহাটী, ২৩ নৱেম্বৰ: অসমত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীক পুনৰ সক্ৰিয় কৰি তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই (বি জে এছ এম)।

৩ / ৫

সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত সংগঠনটোৰ কাৰ্যকৰী সভাপতি দাওৰাও দেক্ৰেব নাৰ্জাৰীয়ে প্ৰস্তাৱিত বড়োলেণ্ড ৰাজ্যৰ ভৌগোলিক পৰিসৰৰ বিষয়ে উল্লেখ কৰে।

৪ / ৫

স্বাধীনতাৰ পাছৰে পৰা অসমৰ বিভিন্ন চৰকাৰে বড়ো আৰু অন্যান্য খিলঞ্জীয়া জনজাতীয় লোকসকলৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাত পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি…

৫ / ৫

আন্দোলনৰ ঐতিহাসিক পটভূমিৰ কথা উল্লেখ কৰি বি জে এছ এমৰ নেতাগৰাকীয়ে কয় যে ১৯৬৭ চনৰ উদয়াচল আন্দোলন আৰু পৰৱৰ্তী সময়ত বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত এই দাবীয় নতুন গতি লাভ কৰিছিল।

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী পুনৰ উত্থাপন বি জে এছ এমৰ, ২৫ নৱেম্বৰত দেৱৰগাঁৱত গুৰুত্বপূৰ্ণ বৈঠক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক