নেপালত মঙলবাৰে পুৱা ৫.৩ প্ৰাবল্যৰ এক ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
নতুন দিল্লী, ২৪ নৱেম্বৰ: মঙলবাৰে পুৱা নেপালত ৫.৩ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয়।
নেচনেল চেণ্টাৰ ফৰ ছিচম'লজীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৭ বাজি ২ মিনিটত এই ভূমিকম্পটো সংঘটিত হয়।
ইয়াৰ উপৰি বিহাৰৰ কেইবাখনো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
ভূমিকম্পৰ ফলত এইপৰ্যন্ত কোনো লোক হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ তথ্য পোৱা হোৱা নাই।
newznow.in